facebook pixel
chevron_right Top
transparent
মুখ্যমন্ত্ৰীৰ ঘোষণা অসাৰ কৰি অক্টোবৰতো সম্পূৰ্ণ হৈ নুঠিল যোৰহাট-মাজুলী সংযোগী দলঙৰ ডি পি আৰ
'মাজুলী-যোৰহাট সংযোগী দলঙৰ বাবে দক্ষিণ কোৰিয়াৰ এটি কোম্পানীৰ জৰিয়তে ডি পি আৰৰ কাম চলি আছে আৰু চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে উক্ত আঁচনিৰে নিবিদাৰ দিশে আগবাঢ়িব।' যোৱা ১২ জুলাইৰ সন্ধিয়া ৫.৪৫ বজাত মাজুলীৰ ফুলনিত এটি অস্থায়ী আৰক্ষী গৃহ উদ্বোধন কৰি দিয়া ভাষণত এনেদৰে প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগে লগেই শাসকীয় দলটিৰ ছচিয়েল মিডিয়া চেলে দলঙৰ আৰ্হি ফটো পৰ্যন্ত প্ৰস্তুত কৰি সামাজিক মাধ্যমযোগে উক্ত খবৰ ভাইৰেল কৰিছিল।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App