facebook pixel
chevron_right Top
transparent
ৰহাত নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ, উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছ বিতৰণত বাধা
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা লগে লগে নিৰ্বাচনী আচৰণবিধিও প্ৰযোজ্য হোৱাৰ পাছতো বিভিন্ন ঠাইত উক্ত আচৰণবিধি উলংঘা কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে। আজি ৰহাতো নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা বুলি অভিযোগ তুলি চৰকাৰী উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছ বিতৰণত একাংশ ৰাইজে বাধা আৰোপ কৰে। জানিব পৰা মতে, ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰণথলী গাঁও পঞ্চায়তৰ কটহগুৰি ৰাজহুৱা খেল পথাৰত আজি পঞ্চায়তে আয়োজন কৰিছিল গাঁওসভা।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App