facebook pixel
chevron_right Top
transparent
সুবোধ বিশ্বাস-সুভাস বিশ্বাসৰ বিৰুদ্ধে পুনৰ গ্ৰেপ্তাৰী পৰোৱানাঃ এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী আছুৰ
ধেমাজিৰ চিলাপথাৰত অসমীয়া জাতিৰ স্বাভিমানত কুঠাৰাঘাত কৰি জে'লৰ ভাত খাই সম্প্ৰতি জামিনত মুকলি হোৱা নিখিল ভাৰত বঙালী উদ্বাস্তু সমিতিৰ সৰ্বভাৰতীয় সভাপতি সুবোধ বিশ্বাস এণ্ড কোম্পানী অবৈধ মাৰণাস্ত্ৰ আৰু জালনোটৰ ব্যৱসায়ত জড়িত থকাৰ অভ‌িযোগ উঠ‌িছে। এইবাৰ সুবোধ বিশ্বাস আৰু সহযোগী সুভাস বিশ্বাসৰ বিৰুদ্ধে কলকাতাৰ স্পেচিয়েল টাস্ক ফ'ৰ্চে (এছ টি এফ) গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ ভিতৰুৱা খবৰ অনুযায়ী, যোৱা তিনি ছেপ্টেম্বৰত কলকাতাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল বাংলাদেশৰ আলিপ সাহা নামৰ এজন ব্যক্তি।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App