facebook pixel
chevron_right Top
transparent
ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ নতুন মোৰ, ফে'চবুকত ভুক্তভোগী মহিলাৰ স্বামীৰ চাঞ্চল্যকৰ 'ষ্টেটাছ'
কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন নিৰ্যাতনৰ কাহিনীয়ে পুনৰ নতুন মোৰ লৈছে। নগাঁও সদৰ আৰক্ষী থানাত গোহাঁইৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰাৰ পাছত নগাঁও আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা লোৱাত গোহাঁইৰ এই যৌন কেলেংকাৰীৰ অধ্যয়টো ক্ৰমাত্‍ তল পৰিছিল যদিও কালি নিশা ছচিয়েল মিডিয়া ফে'চবুকত নিৰ্যাতিত মহিলাগৰাকীৰ স্বামীয়ে দিয়া এক চাঞ্চল্যকৰ ষ্টেটাছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিন্তু পুনৰ মহিলাগৰাকীৰ স্বামীয়ে ফে'চবুকত সৰৱ হৈ পৰি এইদৰে মন্তব্য কৰাত স্বাভাৱিকতে বিষয়টোক লৈ ৰহস্যঘন পৰিৱেশৰ সৃষ্টি হৈছে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App