facebook pixel
chevron_right Top
transparent
বাজপেয়ীৰ স্মৃতিত 'কাব্যাঞ্জলি'
প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ এমাহ পূৰ্ণ হোৱাৰ উপলক্ষে চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত আজি 'কাব্যাঞ্জলি' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিজেপিৰ জিলা সভাপতি ৰাখাল চন্দ্ৰ কুমাৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এটি সুন্দৰ কবিতা আবৃত্তিৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য অনুপ সিং ৰাজপুৰোহিতে বাজপেয়ীৰ সোঁৱৰণত বক্তব্য আগ বঢ়ায়।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App