facebook pixel
chevron_right Top
transparent
বৰহাপজানত উত্তেজনা অব্যাহত
'টুপী-দাড়িৱালেক জুকাকে ৰেহেংগে, জয় শ্রীৰাম কেহলাকে ৰেহেংগে' শীর্ষক এটা হিন্দী গান গণেশ পূজাথলীত বজোৱাক কেন্দ্র কৰি ডুমডুমাৰ ৮নং চুক্রেটিঙৰ মাচুৱা পট্টিত কালি নিশা দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু ইয়াৰ পৰিণতিত তিনিগৰাকী মহিলাসহ এজন যুৱক আহত হয়। আহতসকল ক্রমে ৰুকচাৰ খাতুন (১৯), তমন্না বেগম, ফিৰোজা খাতুন আৰু মহম্মদ সুভান। ইয়াৰে ৰুকচাৰ খাতুনৰ আঘাত গুৰুতৰ। এই ঘটনাটোৱে সমগ্র এলেকাটোত তীব্র উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি ১৩ ছেপ্টেম্বৰৰ পৰা ডুমডুমাৰ বিভিন্ন ঠাইত পথৰ কাষত দুই-তিনিদিনীয়াকৈ গণেশ পূজা পালন কৰি আহিছে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App