facebook pixel
chevron_right Top
transparent
পঞ্চায়তৰ নথিৰ সমর্থনত আবেদন দাখিলৰে স্বৰূপ ওলাল কংগ্রেছৰ
কিয়নো এই 29.69 লাখ লোকক অসমৰ প্রকৃত বাসিন্দা বুলি দেশৰ সবোর্চচ ন্যায়ালয়ত তথ্য দাখিল কৰা নাই এন আৰ চিৰ ৰাজ্যিক সমন্বয়কজনে। ইয়াৰ ভিতৰত 26.13 লাখ বিবাহিতা মহিলা, 1.24 লাখ অবিবাহিতা মহিলা আৰু 2.32 লাখ পুৰুষ আৱেদনকাৰী আছে। এই আৱেদনকাৰীসকলে নিজকে ভাৰতীয় নাগৰিক হিচাপে প্রমাণ কৰিবলৈ কেৱল পঞ্চায়তৰ নথিকে আহিলা হিচাপে ব্যৱহাৰ কৰিছে। এইক্ষেত্রত ৰাজ্যৰ একাংশ ৰাজনৈতিক শক্তিয়ে ন্যস্তস্বার্থ সিদ্ধিৰ বাবেই এনে সন্দেহযুক্ত বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সকলো নথি-পত্র যোগাৰ কৰিদি আহিছে।
For the best experience use Awesummly app on your Android phone
Awesummly Chrome Extension Awesummly Android App